বিশ্বনাথ: পানীভৰাল স্থিত মঙ্গলবাৰে সন্ধ্যা ৭ বজাত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন বাইক আৰোহী গুৰুত্বভাৱে আহত
Biswanath, Biswanath | Jul 22, 2025
বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা অন্তৰ্গত পানীভৰাল স্থিত বন সংমণ্ডল কাৰ্যালয় যোৱা পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।...