মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত সাংবাদিক নিগ্ৰহৰ ঘটনা চৰম পৰ্যায় অতিক্ৰম কৰিছে মন্তব্য কৃষক মুক্তিৰ নেতা আকাশ দলে। সাংবাদিকৰ ওপৰত আক্ৰমণ মানে গণতন্ত্ৰৰ ওপৰত আক্ৰমণ। আজি বিজেপি চৰকাৰে একাংশ ছাত্ৰ সংগঠনক গুণ্ডা বাহিনীলৈ ৰূপান্তৰ কৰিছে। সাংবাদিক মাধুৰ্য শইকীয়াক হত্যা কৰিবলৈ চেষ্টা কৰা দুৰ্বৃত্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী।