সোণাৰি: সোণাৰিত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে জিলা আয়ুক্ত আৰু চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰিলে বীৰ লাচিত সেনা অসম জিলা সমিতিয়
Sonari, Charaideo | Jul 30, 2025
বীৰ লাচিত সেনা অসম, চৰাইদেউ জিলা সমিতিৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে জিলা আয়ুক্ত আৰু চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান। বীৰ...