গুৱাহাটী: নুনমাটিত দিন-দুপৰতে চোৰৰ চাফাই অভিযান, ডেৰ লক্ষাধিক টকাৰ সা-সামগ্ৰী লৈ উধাও চোৰ
Guwahati, Kamrup Metropolitan | Jul 14, 2025
মহানগৰীত পুনৰ চোৰৰ উপদ্ৰৱ। সোমবাৰে নুনমাটিত দিন-দুপৰতে চোৰৰ চাফাই অভিযান। ডেৰ লক্ষাধিক টকাৰ সা-সামগ্ৰী,নগদ ধন লৈ উধাও...