ব্যৱসায়ী পবন হাজৰিকাৰ মৃত্যুৰে জড়িত নীলয় কুমাৰক চিজেএম আদালতলৈ লৈ যোৱা হ'ল। দেওবাৰে দিছপুৰ থানাত সংবাদমাধ্যমৰ আগত আৰক্ষীয়ে জনালে এই কথা। ৫ দিনৰ আৰক্ষী জিন্মাত বিচাৰি আবেদন আদালতত। পাটনাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় নীলয় কুমাৰক। অন্য এজন অভিযুক্ত বিকাশ চিচোদিয়াকো আৰক্ষীয়ে বিচাৰি চলাই আছে অভিযান।