মিকিৰভেটা: গেৰুৱাত বিজেপিৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সন্দৰ্ভত আলোচনা সভা, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ উপস্থিত
Mikirbheta, Morigaon | Apr 11, 2024
গেৰুৱাত বিজেপিৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সন্দৰ্ভত অনুষ্ঠিত আলোচনা সভাত উপস্থিত থাকে জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ...