গোলাঘাট: উৰিয়ামঘাট উচ্চেদঃ ৪ৰ্থ দিনা সম্পন্ন উচ্চেদ অভিযান, আজিৰ দিনটোত বিদ্যাপুৰ আদি একাধিক অঞ্চলৰ ৪০০ হেক্টৰ ভূমি উদ্ধাৰ
Golaghat, Golaghat | Aug 1, 2025
উৰিয়ামঘাট উচ্চেদঃ শুক্ৰবাৰে চতুৰ্থ দিনাও শান্তিপূৰ্ণভাৱে সম্পন্ন উচ্চেদ অভিযান। বিয়লি প্ৰায় ৫.৩০ বজা পৰ্যন্ত চলা উচ্চেদ...