আলোপতি মাজৰচৰ গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাচনিৰ নামত ব্যাপক দুৰ্নীতি। ধন সংগ্ৰহৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল। ভাইৰেল হোৱাৰ পাছতে মঙলবাৰে অভিযুক্ত সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ দাবী উত্থাপন কৰিছে একাংশ সচেতন লোকৰ। দৰিদ্ৰ লোকৰ পৰা এনেদৰে ধন সংগ্ৰহৰ অভিযোগ উঠিছে বাচনি কমিটিত সমাজ কৰ্মী হিচাপে নিযুক্তি দিয়া সদস্য সকলৰ বিৰুদ্ধে ।