সোণাৰি: বৰপাত্ৰ চাহ বাগিচাত ৰাধা কৃষ্ণ মন্দিৰ উদ্যোগত ফাকুৱা উৎসৱৰ দৌলযাত্ৰা
বৰপাত্ৰ চাহ বাগিচাত ৰাধা কৃষ্ণ মন্দিৰ উদ্যোগত প্ৰতিকুল বতৰকো নেউচি শুক্ৰবাৰে তিনি বজাত জয় গুৰু মহাপুৰুষ বৈষ্ণৱ সংঘ বৰপাত্ৰ চাহ বাগিচাৰ ৰাধা কৃষ্ণ মন্দিৰ সমাজৰ উদ্যোগত বৰপাত্ৰ চাহ বাগিচাত ফাকুৱা উৎসৱৰ দৌলযাত্ৰা কৰা হয়।ৰাধা কৃষ্ণ মন্দিৰৰ পৰা বৰপাত্ৰ চাহ বাগিচাৰ কলঘৰহৈ বৰষুণত তিতি ফাকুৱা উৎসৱৰ দৌল যাত্ৰা কৰা হয়।