সোণাৰি: জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হ'ল মানৱ সৰবৰাহ, শিশুৰ ওপৰত যৌন নিৰ্যাতন, পকচ’ আইন সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সভা
Sonari, Charaideo | Jul 29, 2025
মানৱ সৰবৰাহ, শিশুৰ ওপৰত যৌন নিৰ্যাতন, পকচ’ আইন সম্পৰ্কীয় এক সজাগতা সভা আজি চৰাইদেউ জিলাৰ সদৰ সোণাৰিত সম্পন্ন হয়।...