নগাঁও: নগাঁৱৰ কহুঁৱাতলিত শ্ৰীশ্ৰী ৰাস মহোৎসৱ উদ্যাপন সমিতিৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্ম দিন উৎযাপন
Nagaon, Nagaon | Nov 18, 2025 নগাঁৱৰ কহুঁৱাতলি শ্ৰীশ্ৰী ৰাস মহোৎসৱ উদ্যাপন সমিতিৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্ম দিন উৎযাপন ।মায়াবিনী গীত গাই প্ৰাণৰ শিল্পী গৰাকীক সোঁৱৰে উপস্থিত ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীয়ে।জুবিন গাৰ্গৰ ফটোৰ সন্মূখত বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।সমাজত জুৱিন গাৰ্গৰ মানবতাবুধ আৰু সমাজৰ প্ৰতি থকা অৰিহণাৰ সম্প্ৰৰ্কে এখন সভাও অনুষ্ঠিত হয় ।