উত্তৰ গুৱাহাটী ভাগ: উত্তৰ গুৱাহাটী-গুৱাহাটী সংযোগী দলং নিৰ্মাণস্থলীত ব্ৰহ্মপুত্ৰত সন্ধানহীন কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ কৰে এছডিআৰএফে
North Guwahati Part, Kamrup | Jul 16, 2025
বুধবাৰে উত্তৰ গুৱাহাটী গুৱাহাটী সংযোগী দলং নিৰ্মাণস্থলীত ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন হোৱা কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ। মৃত...