Public App Logo
Jansamasya
Viral
Jharkhand
���िल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
���ोगी_आदित्यनाथ
No video available

সোণাৰি: ৰংবাৰীত এটা মানৱ সৰবৰাহ কাৰীক চাওঁতালী ছাত্র সন্থাই ধৰি বৰহাট আৰক্ষী থাকক চমজাই

Sonari, Charaideo | Mar 4, 2025
বৰহাটৰ ৰংবাৰীত এটা মানৱ সৰবৰাহ কাৰীক মঙ্গলবাৰে ১১বছাত চাওঁতালী ছাত্র সন্থা,চৰাইদেউ জিলা সমিতি তথা স্থানীয় ৰাইজে বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত ৰংবাৰীত অৰ্জন গোৱালা নামৰ এটা মানৱ সৰবৰাকাৰীক ধৰি বৰহাট আৰক্ষী থাকক চমজাই।উল্লেখ্য যে বৰুৱাছালি বাগিচাৰ অৰ্জন গোৱালাই বৰহাট অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ কিশোৰীক ফুচুলাই অৰুণাচল প্ৰদেশৰ ইটানগৰত প্ৰায় আঠ হাজাৰ টকা কমিচন লৈ যোগান ধৰি আহিছিল বুলি জানিব পৰা গৈছে।