বাক্সা: হিয়াৰ আমঠু জুবিন গাৰ্গৰ বাক্সা জিলাৰ উদ্যোগত শ্ৰী শ্ৰী নৰসিংহ কীৰ্তন ঘৰৰ প্ৰাংগণত নাম প্ৰসংগ
Baska, Baksa | Nov 19, 2025 হিয়াৰ আমঠু জুবিন গাৰ্গ পবিত্ৰ স্মৃতিত ভাৰতীয় জনতা যুৱ মৰ্চা, বাক্সা জিলাৰ উদ্যোগত শ্ৰী শ্ৰী নৰসিংহ কীৰ্তন ঘৰৰ প্ৰাংগণত ভোটেপোৱাবড়ী গাঁওৰ স্থানীয় আয়তীসকলৰ নাম - প্ৰসংগৰ। অনুষ্ঠানৰ আধ্যাত্মিক আৰম্ভণিৰ পিছত, সৰ্বপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ স্মৃতি চিৰস্মৰণীয় কৰি ৰাখিবলৈ এক প্ৰতীকী পৰিৱেশবান্ধৱ পদক্ষেপ হিচাপে নাহৰ গছ ৰোপণ কাৰ্যসূচী