বাক্সা: মাছুৱাগাঁও কালী মন্দিৰ প্ৰাঙ্গনত মাছুৱা গাঁও মহিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত অষ্টকালীন লীলা কীৰ্ত্তন বিধায়ক ফনীধৰ তালুকদাৰ
Baska, Baksa | Nov 20, 2025 আজি ৪১নং মানাহ বিধানসভা সমষ্টিৰ অন্তৰ্গত মাছুৱা গাঁও কালী মন্দিৰ প্ৰাঙ্গনত মাছুৱা গাঁও মহিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত অষ্টকালীন লীলা কীৰ্ত্তন মহোৎসৱত উপস্থিত বিধায়ক ফনীধৰ তালুকদাৰ। ভগৱান প্ৰভু শ্ৰী কৃষ্ণৰ গুণানুকীৰ্ত্তনেৰে মুখৰিত আজিৰ এই আধ্যাত্মিক পৰিৱেশত উপস্থিত ৰাইজৰ সৈতেও এক সুমধুৰ ক্ষণ অতিবাহিত কৰে বিধায়ক ফনীধৰ তালুকদাৰে।