নাওবৈচা: ৰাজআলিত ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ
লখিমপুৰৰ ৰাজআলিত বুধবাৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। বিদেশী ন্যায়ধীকৰণত চলি থকা ডি ভোটাৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী। বিজেপি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সংগঠনটোৰ। হিন্দু বাঙালীৰ সমস্যা সমাধান নকৰিলে ২৬ ত যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ সংগঠনটোৰ।