সোণাৰি: সোণাৰিত জিলা আয়ুক্ত নেহা যাদৱৰ অধ্যক্ষতাত চাফাই কৰ্মচাৰী সকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত সভা সম্পন্ন
মঙ্গলবাৰে চাৰি বজাত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত চৰাইদেউ জিলাত অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষৰ জিলা প্ৰশাসন , চৰকাৰী বিভাগৰ মূৰব্বী বিষয়াৰে চাফাই কৰ্মচাৰীসকলৰ বিভিন্ন বিষয় সন্দৰ্ভত পৰ্যালোচনা বৈঠকত দুদিনীয়া চৰাইদেউ জিলা ভ্ৰমণসূচীৰ দ্বিতীয় দিনা সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰণালয়ৰ অন্তৰ্গত অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বৈজনাথ বাছফৰে জিলা প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ মূৰব্বী বিষয়াসকলৰ সৈতে বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়।