বাক্সা: তামুলপুৰ জিলাৰ নতুনকৈ দ্বায়িত্ব ভাৰ গ্ৰহণ কৰা জ্যেষ্ঠ আৰক্ষী অধীক্ষক সাক্ষাৎ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এটি দল।
Baska, Baksa | Nov 17, 2025 তামুলপুৰ জিলাৰ নতুনকৈ দ্বায়িত্ব ভাৰ গ্ৰহণ কৰা জ্যেষ্ঠ আৰক্ষী অধীক্ষক সাক্ষাৎ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এটি দল। তামুলপুৰ জিলাৰ নতুনকৈ দ্বায়িত্ব ভাৰ গ্ৰহণ কৰা জ্যেষ্ঠ আৰক্ষী অধীক্ষক তাবুৰাম পেগু সাক্ষাৎ কৰি কিছু কথোপকথনত মিলিত হওঁ তামুলপুৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে আক্ৰাছুৰ কেন্দ্ৰীয় সম্পাদক শংকৰ ৰাজবংশী ।