কোকৰাঝাৰ ভাগ: বাওঁখুংগ্ৰীত UPPL দলৰ বুথ সন্মিলন অনুষ্ঠিত
বাওঁখুংগ্ৰীত বুধবাৰে আবেলি ৩ বজাত UPPL দলৰ বুথ সন্মিলন অনুষ্ঠিত হয়। বিটিচি নিৰ্বাচনকলৈ সাংগঠনিক শক্তিশালী কৰাৰ উদ্দেশ্যৰে UPPL দলে আৰম্ভ কৰিছে বুথ সন্মিলন। সমান্তৰাল ভাবে আজি বাওঁ খুংগ্রীত অনুষ্ঠিত হয়। আগন্তুক বিটিচি নিৰ্বাচনকলৈ দলক শক্তিশালী কৰাৰ উদ্দেশ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে UPPL দলে, বুথ কমিটিৰ সন্মিলন কৰি দলৰ সাংগঠনিক দিশক পৰ্যালোচনা কৰে।