বাক্সা: আজি নাগ্ৰীজুলি উন্নয়ন খণ্ড কাৰ্যালয়ত বিষয়া সকলক সম্বৰ্ধনা জনাই TCLCC অধ্যক্ষক, VCDC ৰ অধক্ষ্য সকলে
Baska, Baksa | Nov 17, 2025 আজি নাগ্ৰীজুলি উন্নয়ন খণ্ড কাৰ্যালয়ত বিষয়া সকলক সম্বৰ্ধনা জনাই TCLCC অধ্যক্ষক, VCDC ৰ অধক্ষ্য সকলে লগতে আগন্তুক দিনবোৰত উন্নয়ন হকে সকলো ফালৰ পৰা সহায় সহযোগিতা কৰিব বুলি আশাবাদী TCLCC অধ্যক্ষক, VCDC ৰ অধক্ষ্য সকলে।