বাক্সা: মানাহ বিধান সভা সমষ্টিৰ অন্তৰ্গত ৩৫২২ হেক্টৰ কৃষিভূমিলৈ অবিৰত জলসিঞ্চনৰ দ্বাৰা কৃষকসকলক সেৱা প্ৰদান
Baska, Baksa | Nov 19, 2025 মানাহ বিধান সভা সমষ্টিৰ অন্তৰ্গত ৩৫২২ হেক্টৰ কৃষিভূমিলৈ অবিৰত জলসিঞ্চনৰ দ্বাৰা কৃষকসকলক সেৱা প্ৰদান। জলসিঞ্চন বিভাগৰ বৰমা- চাপাগুৰি সংমণ্ডলৰ দ্বাৰা বাক্সা জিলাত ৰূপায়িত ৰুপসী ফিচৰ জৰিয়তে মানাহ বিধান সভা সমষ্টিৰ অন্তৰ্গত ৩৫২২ হেক্টৰ কৃষিভূমিলৈ অবিৰত জলসিঞ্চনৰ দ্বাৰা কৃষকলকল উপকৃত কৰিছে বুলি জলসিঞ্চনৰ পৰা জানিবলৈ দিয়ে।