Public App Logo
Jansamasya
National
Fidfimpact
Pmmsy
Fitwithfish
Valueaddition
South_delhi
North_delhi
Vandemataram
Dahd
West_delhi
North_west_delhi
Haryana
Matsyasampadasesamriddhi
���ीएसटी
Cybersecurityawareness
Nextgengst
Happydiwali
Diwali2025
Railinfra4andhrapradesh
Responsiblerailyatri
Andhrapradesh
���हात्मा_गांधी
���ांधी_जयंती
Gandhijayanti
Digitalindia
Fisheries
Nfdp
Swasthnarisashaktparivar
Delhi

ডিফু: জিলা প্ৰশাসনৰ উদ্যোগত ডিফু ৰেল ষ্টেচনত যুদ্ধকালীন সুৰক্ষাৰ মকড্ৰিল #OperationSindoor

বুধবাৰে বিয়লি ৪ বজাত  ডিফু ৰেল ষ্টেছনত   কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত  যুদ্ধকালীন সুৰক্ষাৰ  অনুশীলন মকড্ৰিল কৰা হয় ৷ বিয়লি   চাৰি বজাৰ লগে লগে জিলা প্ৰশাসন, এনচিচি,  লাইন বিভাগ আৰু অসামৰিক প্ৰতিৰক্ষা কৰ্মীসকলৰ সৈতে সমন্বিত জৰুৰীকালীন সঁহাৰি কাৰ্যকলাপ আৰম্ভ হয় ৷ অনুকৰণ অনুশীলনৰ অংশ হিচাপে সন্ধিয়া 7:00 বজাত এক ব্লেকআউট পালন কৰা হয় ৷

MORE NEWS

ডিফু: জিলা প্ৰশাসনৰ উদ্যোগত ডিফু ৰেল ষ্টেচনত যুদ্ধকালীন সুৰক্ষাৰ মকড্ৰিল #OperationSindoor - Diphu News