Public App Logo
Jansamasya
Delhi
Viral
Jharkhand
���िल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
No video available

সোণাৰি: বৰাহীত দিচাং নদীত গা ধুৱলৈ গৈ যুৱকৰ সলিল সমাধি,মৃতদেহ উদ্ধাৰ

Sonari, Charaideo | Mar 4, 2025
সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰাহীত তিলেশ্বৰ গগৈ নামৰ যুৱক জনৰ দিচাং নদীত সলিল সমাধি ঘটে । আবেলি নদীত গা ধুবলৈ যাওঁতে দ পানীলৈ পিছলি পৰাত যুৱক জন নদীৰ পানীত নিখোজ হৈ পৰে পাছত স্থানীয় ৰাইজৰ লগতে এচ ডি আৰ এফে অভিযান চলাই মঙ্গল বাৰে পাঁচ বজাত যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰে । মৃত যুৱক জনৰ ঘৰ মৰাণজান গাওঁত । তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ তৈলক্ষেত্ৰ চাৰ্ভে কামত অস্থায়ী শ্ৰমিক হিচাপে নিযোজিত আছিল বুলি জানিব পৰা গৈছে ।