সোণাৰি: আয়ুক্ত নেহা যাদৱৰ অধ্যক্ষতাত সোণাৰিত চৰকাৰী আঁচনিৰ কাৰ্য ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা বৈঠক সম্পন্ন
সোণাৰিত চৰাইদেউ জিলাৰ জিলা আয়ুক্ত নেহা যাদৱৰ অধ্যক্ষতাত বুধবাৰে ২-৩০বজাত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উন্নয়ন খণ্ড পৰ্যায়ত আৰু পৌৰসভা পৰ্যায়ত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয়।সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দীপক ভূঞা, অতিৰিক্ত জিলা আয়ুক্ত নৱদ্বীপ চাংমাই অতিৰিক্ত জিলা আয়ুক্ত সোণতৃষ্ণা ঘৰফলীয়া, সহকাৰী আয়ুক্ত উৰ্বশী চেতিয়া, সাপেখাতীৰ খণ্ড উন্নয়ন বনজ্যোৎস্না বৰগোহাঁই প্ৰমুখ্যে ক