বাক্সা: জালাহ ৰাস মন্দিৰ খেলপথাৰত হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে ৰক্তদান শিবিৰৰ আয়োজন
Baska, Baksa | Nov 18, 2025 জালাহ ৰাস মন্দিৰ খেলপথাৰত হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে ৰক্তদান শিবিৰৰ আয়োজন । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ তম জন্ম দিৱস উপলক্ষে আজি মানাহ বিধানসভা সমষ্টিৰ অন্তৰ্গত জালাহ ৰাস মন্দিৰ খেলপথাৰত অনুষ্ঠিত কৰা ৰক্তদান শিবিৰত উপস্থিত থাকে বিধায়ক ফনীধৰ তালুকদাৰে ।