নলবাৰীৰ ৩০ নং নাৰায়ণপুৰ সাপকাটা পঞ্চায়তৰ সভানেত্ৰী আচমা তালুকদাৰৰ শপত গ্ৰহন ।সৰ্বসন্মতিক্ৰমে সভানেত্ৰী নিৰ্বাচিত তালুকদাৰ ৷নলবাৰীৰ অতিৰিক্ত জিলা আয়ুক্ত ৰাজীৱ দাস আৰু খণ্ড উন্নয়ন বিষয়া অসীম মজুমদাৰৰ উপস্থিতিত শনিবাৰে চামতাস্থিত পশ্চিম নলবাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এই শপত গ্ৰহন অনুষ্ঠান ৷