Public App Logo
Jansamasya
Viral
Jharkhand
���िल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
���ोगी_आदित्यनाथ
No video available

সোণাৰি: কলাকটাত বাহা সন্মিলনৰ বাহা নৃত্য কৰ্মশালা শুভাৰম্ভ, অঞ্চলটোৰ শতাধিক মহিলা অংশগ্ৰহণ

Sonari, Charaideo | Mar 5, 2025
কলাকটাত চাওঁতাল মাঝি মণ্ডল,চৰাইদেউ জিলা সমিতিৰ উদ্যোগত বুধবাৰে চাৰি বজাত আগন্তক বাহা সন্মিলনৰ লগত সংগতি ৰাখি আয়োজন কৰা বাহা নৃত্যৰ কৰ্মশালা শুভাৰম্ভ কৰা হয়।কৰ্মশালাত শতাধিক চাওঁতালী মহিলাই অংশগ্ৰহণ কৰা কৰ্মশালাত চাওঁতাল মাঝি মণ্ডলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক স্বপন হেমৰম,চাওঁতাল মাঝি মণ্ডলৰ কেন্দ্ৰীয় সমিতিৰ সহঃসম্পাদক দেবনাথ টুডুৰ প্ৰমুখ্যে কেইবাজনো চৰাইদেউ জিলা সমিতিৰ মাঝি বাবাই অংশগ্ৰহণ কৰে।
সোণাৰি: কলাকটাত বাহা সন্মিলনৰ বাহা নৃত্য কৰ্মশালা শুভাৰম্ভ, অঞ্চলটোৰ শতাধিক মহিলা অংশগ্ৰহণ - Sonari News