বাক্সা: তামুলপুৰত বন স্তুপ কেন্দ্ৰখন সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য প্ৰকাশ বসুমতাৰী উদ্ধোধন কৰে
Baska, Baksa | Nov 21, 2025 তামুলপুৰ জিলাৰ শ্ৰী পংকজ চক্ৰৱৰ্তী আৰু তামপুৰ ৰ অতিৰিক্ত আৰক্ষী , সম্পাদক ফামি ব্ৰহ্ম উপস্থিতিত আজি তামুলপুৰত বন স্তুপ কেন্দ্ৰখন সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য প্ৰকাশ বসুমতাৰী উদ্ধোধন কৰে।