বাক্সা: তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক টাবু ৰাম পেগুক তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থাৰ সাক্ষাৎ
Baska, Baksa | Nov 21, 2025 তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক টাবু ৰাম পেগুক তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থাৰ সাক্ষাৎ । আজি নৱনিযুক্ত তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক টাবু ৰাম পেগুক তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থা তৰফৰ পৰা এখন জাতীয় পাজাৰেৰে সম্ভাষণ জনোৱাৰ লগতে তামুলপুৰ জিলাৰ অভাৱ অভিযোগৰ বিষয়ে অৱগত কৰে।