Public App Logo
Jansamasya
Delhi
Viral
Jharkhand
���िल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
No video available

সোণাৰি: ঘোগোৰামুখত পুণৰ নাহৰফুটুকী বাঘৰ সন্ত্ৰাস,স্বপন চুতীয়া এটা হালোৱা গৰু ভ্ৰক্ষণ

Sonari, Charaideo | Mar 14, 2025
ঘোগোৰামুখত পুণৰ নাহৰফুটুকী বাঘৰ সন্ত্ৰাস, শুক্ৰবাৰে ৪ বজাত পুণৰ ঘোগোৰামুখ গাঁৱৰ নিবাসী স্বপন চুতীয়া এটা হালোৱা গৰু নাহৰফুটুকী বাঘে নিহত কৰি ভ্ৰক্ষণ কৰে। উল্লেখ্য যে বৰহাট আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ধাৰাবাহিক ভাবে নাহৰফুটুকী বাঘে গৰু,ছাগলী, গাহৰি খাই উপদ্ৰপ কৰি থকাৰ সময়তে পুণৰ নাহৰফুটুকী বাঘে গৰু খোৱাত গাঁৱৰ ৰাইজ শংকিত হৈ পৰিছে।