বাক্সা: তামুলপুৰত বিজেপিৰ উদ্যোগত শ্ৰীমন্ত শঙ্কৰদেৱ শাখা সত্ৰত প্ৰাঙ্গণত হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে ৰক্তদান শিবিৰ
Baska, Baksa | Nov 18, 2025 তামুলপুৰ জিলা যুৱ মৰ্চা, ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ৫৩ তম জন্ম দিৱস উপলক্ষে আজি তামুলপুৰ শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ প্ৰাংগনত ৰক্তদান শিবিৰত অংশ গ্ৰহণ তামুলপুৰ জিলা বিজেপি দলৰ সভাপতি ভিক্টৰ কুমাৰ দাস ।