বাক্সা: এলেঙামাৰী গাওঁৰ নিবাসী ৰহিমা খাতুনৰ পুত্ৰ ছাইফুল হক যোৱা পাঁচ দিন ধৰি নিৰুদ্দেশ
Baska, Baksa | Nov 17, 2025 এলেঙামাৰী গাওঁৰ নিবাসী ৰহিমা খাতুনৰ পুত্ৰ ছাইফুল হক যোৱা পাঁচ দিন ধৰি নিৰুদ্দেশ। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত ঘূৰি ফুৰি বিচাৰি আছে যদিও এতিয়াও ল'ৰা জনৰ কোনো সন্ধান লাভ কৰা নাই। যদি কোনোবাই যুৱকজনক প্ৰতোক্ষ কৰে তেন্তে যোগাযোগ নম্বৰ 8099691914/99573 84456