টেঙাখাত: দুলীয়াজানৰ নাওহলীয়াত চাঞ্চল্যকৰ ঘটনা, পত্নী হত্যাৰ অভিযোগত আৰক্ষীয়ে কাৰাগাৰলৈ প্ৰেৰণ কৰিলে অইল ইণ্ডিয়াৰ কৰ্মচাৰীক
দুলীয়াজানত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। দুলীয়াজানৰ নাওহলীয়াত তৃষ্ণা ফুকন নামৰ মহিলাৰ মৃত্যুৰ পাছতে তেওঁৰ স্বামী অইলৰ উৎপাদন বিভাগৰ কৰ্মচাৰী মলীন দাসক দুলীয়াজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে কাৰাগাৰলৈ ।