বাক্সা: তামুলপুৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কর্মচাৰীৰ কৰ্মবিৰতি-অৱস্থান ধৰ্মঘট
Baska, Baksa | Nov 19, 2025 তামুলপুৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কর্মচাৰীৰ কৰ্মবিৰতি-অৱস্থান ধৰ্মঘট। তামুলপুৰ, নাগ্ৰিজুলি, গোৰেশ্বৰ ব্লকৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ কাৰ্যসূচীত অংশগ্রহণ। কেইবাটাও দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন। ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰা, ROP প্রদান কৰাৰ দাবী। লগতে সম কামৰ সম অধিকাৰ, HR Policy প্রযোজ্য কৰা, বছৰি ১০% দৰমহা বৃদ্ধিৰ দাবী।