শনিবাৰে ৰঙিয়াৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ মুকুল চেতিয়াৰ আদালতৰ এক হত্যাকাণ্ড সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান। হত্যাৰ গোচৰত অভিযুক্ত তপন কাকতি নামৰ এজনক যাৱজ্জীৱন কাৰাদণ্ড।প্ৰতাপ দাস নামৰ এজন লোকক দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰিছিল।তাৰপাছতেই ভুক্তভোগীৰ পত্নী মঞ্জু দাসে কমলপুৰ থানাত দাখিল কৰিছিল এজাহাৰ।