Download Now Banner

This browser does not support the video element.

বিলাসীপাৰা ভাগ: কালনৈৰ গাৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা,অগ্নিকাণ্ডৰ ফলত জুইত ভস্মীভূত হয় দুটাকৈ বাসগৃহ‌

Bilasipara Part, Dhubri | Feb 28, 2025
কালনৈৰ গাৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত জুইত ভস্মীভূত হয় দুটাকৈ বাসগৃহ‌। গাওঁ খনৰ আয়নাৰল হকৰ বাসগৃহ‌ত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো। ভ অগ্নিকাণ্ডৰ ফলত প্ৰায় লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জাহ যায় । ইফালে স্থানীয় ৰাইজে জুই নির্বাপিত কৰিবলৈ চেষ্টা কৰে যদিও জুই নির্বাপিত কৰিবলৈ সক্ষম নহয়।
Read More News
T & CPrivacy PolicyContact Us