Download Now Banner

This browser does not support the video element.

ডুমডুমা: ডুমডুমাত তিনিদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় কৰম সন্মিলন আৰম্ভ, বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ, উপস্থিত মন্ত্ৰী

Doom Dooma, Tinsukia | Sep 3, 2025
ডুমডুমা ৰাজহুৱা খেলপথাৰত আজি বুধৱবাৰৰ পৰা আৰম্ভ হৈছে কেন্দ্ৰীয় কৰম সন্মিলন । সেই উপলক্ষে পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ সমান্তৰালভাৱে দুপৰীয়া প্ৰায় ১২ বজাত উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা । সহস্ৰাধিক ৰাইজ, বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা শোভাযাত্ৰা ডুমডুমা ৰাজহুৱা খেলপথাৰৰ পৰা আৰম্ভ কৰি ডুমডুমা চহৰ পৰিভ্ৰমণ কৰে ।
Read More News
T & CPrivacy PolicyContact Us