Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: "ক্ৰমাৎ সুস্থ হৈছে মৰাণত খাদ্যৰ বিষক্ৰিয়া হৈ AMCH ত চিকিৎসাধীন ৫ গৰাকী শিশু সহ ২৩ গৰাকী ৰোগী" AMCH ৰ অধীক্ষকৰ মন্তব্য
Dibrugarh East, Dibrugarh | Aug 25, 2025
মৰাণৰ ২ নং দিখাৰী গাঁৱত সংঘটিত খাদ্যৰ বিষক্ৰিয়া হৈ ডিব্ৰুগড় স্থিত AMCH ত চিকিৎসাধীন হৈ আছে ৫ গৰাকী শিশু সহ ২৩ জন ৰোগী। আজি সোমবাৰে বিয়লি ৪ বজাত AMCH ৰ অধীক্ষক ডা° ধ্ৰুৱজ্যোতি ভূঞাঁই জানিবলৈ দিয়ে সংবাদমাধ্যমৰ জৰিয়তে। উল্লেখযোগ্য যে গাঁওখনৰ নামঘৰত চলি থকা ভাদমহীয়া নামৰ মাজতে শনিবাৰে শৰাই আগবঢ়াইছিল কেইবাটাও পৰিয়ালে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!