Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: কেঁচা চাহপাতৰ দৰ অস্বাভাৱিক হ্রাসক লৈ চিন্তিত ক্ষুদ্ৰ চাহ খেতিয়ক সকল, লাহোৱালত সংবাদমেল ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ
Dibrugarh East, Dibrugarh | Aug 28, 2025
ৰাজ্যৰ দুই লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত সৃষ্টি হৈছে হাঁহাকাৰ অৱস্থা। অস্বাভাৱিক হাৰত হ্ৰাস পাইছে কেঁচা চাহপাতৰ দৰ। কেনিয়াৰ চাহৰ আমদানি বৃদ্ধিয়ে অসম তথা ভাৰতীয় চাহৰ প্ৰতি অশনি সংকট নমাই আনিছে। আজি বৃহস্পতিবাৰে দিনৰ ১২ বজাত লাহোৱালত এক সংবাদমেল সম্বোধন কৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!