This browser does not support the video element.
তিনিচুকীয়া: নিশা এখন ছটা হাথীৰ খুন্দাত ভাঙি পৰে মাকুম ৰেল ক্রছিঙৰ ৰেল গেট
Tinsukia, Tinsukia | Jul 31, 2025
মাকুম ৰেল ক্রছিঙত অঘটন । বুধবাৰে নিশা প্ৰায় ৮.৩০ মিনিটত ডিগবৈ অভিমুখী As 23D C556 1 নম্বৰৰ এখন ছটা হাথীৰ খুন্দাত ভাঙি পৰে মাকুম ৰেল ক্রছিঙৰ ৰেল গেট । জানিবলৈ পৰা মতে ৰেল গেট পৰি থকা অৱস্থাত ছটা হাথীখনে গেটখনত সোমাই দিয়াত উক্ত ঘটনাটো সংঘটিত হয় । ঘটনা স্থলীত ৰেলৱে বিভাগৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ কৰে তদন্ত ।