Download Now Banner

This browser does not support the video element.

বজালী ভাগ: বজালীৰ বিৰবিৰাস্থিত বিধায়ক সেৱা সদনত অসম চৰকাৰৰ আনটাইড ফাণ্ডৰ চেক প্ৰদান কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

Bajali Part, Barpeta | Sep 30, 2025
বজালীৰ বিৰবিৰাস্থিত বিধায়ক সেৱা সদনত মঙলবাৰে অসম চৰকাৰৰ আনটাইড ফাণ্ডৰ ১০ লাখকৈ টকা দুটা অনুষ্ঠানক আৰু ৫ টা অনুষ্ঠানক অসম দৰ্শন আঁ‌চনিৰ আবণ্টিত ৩ লাখ টকাৰ ভিতৰত ১.৫ লাখ টকাৰ চেক প্ৰদান কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । হাউলীৰ কালী মন্দিৰ আৰু দুৰ্গা মন্দিৰ আৰু হাউলীৰ মৈৰামাৰা নমাটি সত্ৰৰ পৰিচানা সমিতিক আনটাইড ফাণ্ড চেক প্ৰদান কৰা হয় ৷
Read More News
T & CPrivacy PolicyContact Us