Install App
dhubri_sangbad
This browser does not support the video element.
ধুবুৰী ভাগ: গৌৰীপুৰ ডুমৰদহত ভয়ংকৰ দুৰ্ঘটনা, মালবাহী ৰেলে খুন্দা মাৰিলে চাৰিচকীয়া বাহনত, কথমপি প্ৰাণ ৰক্ষা দুই ছাত্ৰী সহ চালকৰ
Dhubri Part, Dhubri | Aug 27, 2025
শিলিগুৰিৰ পৰা গুৱাহাটী অভিমুখী আছিল ৰেলখন। AS17Q- 8055 নম্বৰৰ বাহন খনে ৰেলক্ৰোচিং পাৰ হওতে ৰেল আলিত লাগি ধৰি আবদ্ধ হৈ পৰে বাহন। ৰেলখন অহা দেখি দুই ছাত্ৰী সহ চালকে বাহনৰ পৰা জাপ মাৰি প্ৰাণ ৰক্ষা কৰে। স্থানীয় ৰাইজৰ দাবী এখন ৰেলগেট নথকাৰ বাবে সঘনাই এনে ঘটনা সংঘটিত হৈ থাকে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!