This browser does not support the video element.
মাজুলী: দক্ষিণপাটত কংগ্ৰেছ আৰু আপ কৰ্মীৰ বিজেপিত যোগদান, বিধায়ক ভূৱন গাম উপস্থিত থাকে এই কাৰ্যসূচীত
Majuli, Majuli | Apr 11, 2024
দক্ষিণপাট কৈৱৰ্ত গাঁৱত ভাৰতীয় জনতা পাৰ্টি মাজুলী জিলাৰ ১০৯ নং বুথ কেন্দ্ৰত অনুষ্ঠিত হোৱা এক বিশাল যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধায়ক ভুৱন গামে। দক্ষিণপাট কৈৱৰ্ত গাঁৱৰ বহু আপ আৰু কংগ্ৰেছৰ অৰ্ধ শতাধিক কৰ্মীয়ে বিজেপি ত যোগদান কৰে।এই যোগদান কাৰ্যসূচীত আমাৰ সৈতে অসম গণ পৰিষদৰ ৰাজ্যিক উপ সভাপতি শ্ৰী ব্ৰজেন গাম ভাৰতীয় জনতা পাৰ্টি মাজুলী জিলাৰ জিলা কাৰ্য নিৰ্বাহক সদস্য শ্ৰী দেৱ মুদৈ অংশগ্ৰহণ কৰে।