Install App
debabrat915
This browser does not support the video element.
মঙলদৈ ভাগ: ছাগলী চোৰে ছাগলী কোলাত তুলি পালে আহি আৰক্ষী থানা, মঙ্গলদৈ জলজলীত ছাগলী চোৰ দুজন আটক
Mangaldoi Part, Darrang | Aug 27, 2025
জলজলীত ৰাইজে চোৰ দুটাক আটক কৰি গতাই দিলে আৰক্ষীক।চোৰ দুটা হ'ল খাৰুপেটিয়া মাৰৈপাৰাৰ মোছাৰফ আলি আৰু আবজাৰুল ৰহমান। এখন পালচাৰ বাইকেৰে ছাগলী চুৰি কৰিব ধৰোঁতেই স্থানীয় ৰাইজে হাতে লোতে ধৰি আৰক্ষীক গতাই দিয়ে। মঙ্গলদৈ থানাত চোৰক আৱদ্ধ কৰি সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!