Install App
manojbmc2009
This browser does not support the video element.
বইটামাৰী: পাচনিয়া-খোৰাগাঁও পঞ্চায়ত কাৰ্যালয়ৰ কাৰ্যালয়ৰ ভূমি বেদখল, জিলা প্ৰশাসনক উপযুক্ত ব্যবস্থা কৰিবলৈ দাবী পঞ্চয়ত সভানেত্ৰীৰ
Boitamari, Bongaigaon | Aug 27, 2025
যোগীঘোপাত এইবাৰ পঞ্চায়ত কাৰ্যালয়ৰ ভূমি বেদখল। যোগীঘোপাৰ পাচনীয়া-খোৰাগাঁও পঞ্চায়ত কাৰ্যালয়ৰ চোতালেই বেদখল । জিলা পৰিষদক উচ্ছেদৰ ব্যৱস্থা লবলৈ আবেদন জনোৱাৰ পিছতো নধৰিল ফল। বুধবাৰে পঞ্চায়ত সভানেত্ৰী তথা পঞ্চায়তৰ কৰ্মচাৰী জানিবলৈ দিয়ে যে বেদখলকাৰী মোকচেদ আলীয়ে দীৰ্ঘদিন ধৰি বেদাখল কৰি আছে পাচনীয়া-খোৰাগাঁও পঞ্চায়ত কাৰ্যালয়ৰ কাৰ্যালয়ৰ ভূমি , যাৰ বাবে জিলা প্ৰশাসনক উপযুক্ত ব্যবস্থা কৰিবলৈ দাবী পঞ্চয়ত সভানেত্ৰীয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!