This browser does not support the video element.
বাক্সা: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ ১১ ঘন্টীয়া অনশন কাৰ্যসূচী
Baska, Baksa | Sep 4, 2025
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২ মান বজাত সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ ১১ ঘন্টীয়া অনশন কাৰ্যসূচী । অসমৰ পৰা অবৈধ বাংলাদেশী,মৌলবাদীক উৎখাত কৰক । অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণ কৰক । ভাৰত-বাংলা সীমান্ত ছীল কৰক,সীমান্তত দেখিলেই গুলিওৱাৰ নিৰ্দেশ দিয়ক ।'কা'ৰ আওঁতাৰ পৰা অসমক সম্পূৰ্ণৰূপে আঁতৰত ৰাখক । অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত বিপ্লৱ শৰ্মা সমিতিৰ সকলো পৰামৰ্শ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰক আদি দাবীৰে ১১ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপ