Download Now Banner

This browser does not support the video element.

বাক্সা: বাগানপাৰাত বিপিএফৰ বনমালী বড়োৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত

Baska, Baksa | Sep 9, 2025
বাক্সা জিলাৰ বাগানপাৰাত আজি বিপিএফৰ প্ৰাৰ্থী বনমালী বড়োৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। এই সভাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উপস্থিত থাকি নিৰ্বাচনত দলীয় প্ৰাৰ্থী বনমালী বড়োক ভোট দি বিজয়ী কৰাৰ বাবে ৰাইজক আহ্বান জনায়।
Read More News
T & CPrivacy PolicyContact Us