This browser does not support the video element.
নগাঁও: ৰূপহীহাটৰ উত্তৰ খাটোৱালত দুই ফৈদৰ মাৰ পিটত মৃত্যু এজনৰ,ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত,আটক এজন
Nagaon, Nagaon | Aug 27, 2025
ৰূপহীহাটৰ খাটোৱালত বুধবাৰে বিয়লি প্ৰায় পাঁচ মান বজাত দুই ফৈদৰ মাৰ পিটত মৃত্যু এজনৰ। খাটোৱালৰ সুৰুজ আলী আৰু আবুল হাছিমৰ পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি চলি আছিল পাৰিবাৰিক কন্দল।অভিযোগ অনুসৰি সুৰুজ আলীয়ে প্ৰথমে আবুল হাসিমৰ লগত বাকবিতণ্ডাত লিপ্ত হয় ।পিছত হঠাতে উগ্ৰ মূৰ্তি ধাৰন কৰা সুৰুজ আলীয়ে আবুল হাসিমক আক্ৰমন কৰি মাটিত বগৰাই পেলাই দিয়ে।লগে লগে আব্দুল হাছিমৰ মৃত্যু হয় ।ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ সুৰুজ আলীক আটক কৰি তদন্ত আৰম্ভ কৰিছে।