Install App
bpranjal752
This browser does not support the video element.
নগাঁও: বিজেপি চৰকাৰৰ বিৰুদ্ধে আমবাগানত তীব্ৰ প্ৰতিবাদ,হিন্দু বাঙালী সকলৰ "ডি" ভোটাৰ প্ৰত্যাহাৰকে ধৰি
Nagaon, Nagaon | Sep 10, 2025
বিজেপি চৰকাৰৰ বিৰুদ্ধে বুধবাৰে নিশা প্ৰায় ৯ মান বজাত আমবাগানত তীব্ৰ প্ৰতিবাদ।হিন্দু বাঙালী সকলৰ "ডি" ভোটাৰ প্ৰত্যাহাৰ, নাগৰিকত্ব প্ৰদান আৰু "কা" আইন বাতিলৰ দাবিৰে নগাঁও জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বৃহৎ জোঁৰ সমদল।বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ লগতে শ শ বাঙালী সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰে এই জোঁৰ সমদলত ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!