Download Now Banner

This browser does not support the video element.

মানকাচৰ: দক্ষিণ শালমাৰা থানাৰ উদ্দ্যোগত বদিয়েৰ আলগাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী সজাগতা সভা

Mankachar, South Salmara-Mankachar | Sep 3, 2025
বুধবাৰে আবেলি আনুমানিক ৪ বজাত দক্ষিণ শালমাৰা আৰক্ষীৰ উদ্দ্যোগত দক্ষিণ শালমাৰা থানা এলেকাৰ বদিয়েৰ আলগাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী সজাগতা সভা । উক্ত সজাগতা সভাত দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জে এছ খুবুংৰ নেতৃত্বত আয়োজন কৰা হয়। উল্লেখ্য যে বৰ্তমান সমাজত দ্ৰুত গতিত যুৱ সমাজে নিচাজাতীয় সামগ্ৰীৰ প‌্ৰতি আসক্ত হৈ আছে।
Read More News
T & CPrivacy PolicyContact Us